গুৱাহাটী পৌৰ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা…

গুৱাহাটী পৌৰ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা…

গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচন সমাগত। ইয়াক লৈ আজি বিজেপিয়ে ৫৩ টা ৱাৰ্ডত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বাকী ৭ টা ৱাৰ্ডত প্ৰাৰ্থী দিব অগপই।বিজেপিৰ প্ৰাৰ্থীক তালিকা-

১)পশ্চিম গুৱাহাটী- ২ নং ৱাৰ্ড – মুকুল কলিতা

২)পশ্চিম গুৱাহাটী-৯ নং ৱাৰ্ড- অৰ্চনা দাস

৩)পশ্চিম গুৱাহাটী-১১নং ৱাৰ্ড- মঞ্জুলা দেৱী

৪)পশ্চিম গুৱাহাটী-১৪নং ৱাৰ্ড – মঞ্জু বৰা

৫)পশ্চিম গুৱাহাটী-১৫নং ৱাৰ্ড- সৌৰভ ঝুনঝুনৱালা

৬)পশ্চিম গুৱাহাটী- ১৯নং ৱাৰ্ড- ব্ৰজেশ ৰয়

৭)পশ্চিম গুৱাহাটী- ২০নং ৱাৰ্ড – গৌৰ গোপাল মণ্ডল

৮)পশ্চিম গুৱাহাটী- ২১নং ৱাৰ্ড – সন্দীপ দেৱ

৯) পশ্চিম গুৱাহাটী- ২২নং ৱাৰ্ড- স্মীতা ৰয়

১০ঃ পশ্চিম গুৱাহাটী- ২৩নং ৱাৰ্ড- মঞ্জিতা দৈমাৰী

১১) পশ্চিম গুৱাহাটী- ২৫নং ৱাৰ্ড- মঞ্জুলা ৰাভা

১২)জালুকবাৰী- ৩নং ৱাৰ্ড- কল্লোল চক্ৰৱৰ্তী

১৩) জালুকবাৰী-৪নং ৱাৰ্ড- কনকলতা চাহা দেৱ

১৪) জালুকবাৰী- ৫নং ৱাৰ্ড- সঞ্জয় দাস

১৫) জালুকবাৰী- ৬নং ৱাৰ্ড- চুতাপা চৰকাৰ

১৬) জালুকবাৰী- ৭নং ৱাৰ্ড- অজয় চক্ৰৱৰ্তী

১৭) জালুকবাৰী-৮নং ৱাৰ্ড- সুধান্যা মালাকৰ

১৮) পূৱ গুৱাহাটী- ১৬নং ৱাৰ্ড- প্ৰমোদ স্বামী

১৯) পূৱ গুৱাহাটী-১৭নং ৱাৰ্ড- স্নিগ্ধা বৰুৱা মজুমদাৰ

২০) পূৱ গুৱাহাটী-১৮নং ৱাৰ্ড- শংকৰ চক্ৰৱৰ্তী

২১) পূৱ গুৱাহাটী-২৬নং ৱাৰ্ড- ৰাণা চেতিয়া

২২)পূৱ গুৱাহাটী- ২৭নং ৱাৰ্ড- সুৰেণ বড়ো

২৩) পূৱ গুৱাহাটী- ২৮নং ৱাৰ্ড- স্নিগ্ধা দৈমাৰী

২৪) পূৱ গুৱাহাটী- ২৯নং ৱাৰ্ড- মৃগেণ শৰণীয়া

২৫) পূৱ গুৱাহাটী-৩০নং ৱাৰ্ড- বিনীতা দত্ত চৌধুৰী

২৬)পূৱ গুৱাহাটী-৩১নং ৱাৰ্ড- ঘোষণা হোৱা নাই

২৭) পূৱ গুৱাহাটী-৩২নং ৱাৰ্ড- নীলম জ্যোতি ভূঞা

২৮)পূৱ গুৱাহাটী- ৩৪নং ৱাৰ্ড- জোনমণি ডেকা

২৯) পূৱ গুৱাহাটী- ৩৫নং ৱাৰ্ড- নবীন বৰা

৩০)পূৱ গুৱাহাটী- ৩৬নং ৱাৰ্ড-মেঘ্না হাজৰিকা

৩১) পূৱ গুৱাহাটী- ৩৭নং ৱাৰ্ড- স্বপ্না দেৱী

৩২) পূৱ গুৱাহাটী-৩৮নং ৱাৰ্ড- শশাংক জ্যোতি ডেকা

৩৩)পূৱ গুৱাহাটী- ৩৯নং ৱাৰ্ড- অভিক সোমী

৩৪)পূৱ গুৱাহাটী-৪০নং ৱাৰ্ড-ববীতা ডেকা

৩৫) পূৱ গুৱাহাটী- ৫০নং ৱাৰ্ড- উৎপল মহন্ত

৩৬)পূৱ গুৱাহাটী- ৫৪নং ৱাৰ্ড- গীতা ঠাকুৰীয়া কলিতা

৩৭)দিছপুৰ- ৪১নং ৱাৰ্ড- বাসন্তি কলিতা দুৱৰা

৩৮) দিছপুৰ- ৪২নং ৱাৰ্ড- ৰুমী কলিতা

৩৯)দিছপুৰ-৪৩নং ৱাৰ্ড- অঞ্জনা বৰা মণ্ডল

৪০) দিছপুৰ-৪৪নং ৱাৰ্ড-সতেন্দ্ৰ নাথ ভট্ট

৪১)দিছপুৰ-৪৫নং ৱাৰ্ড-মাধৱী তালুকদাৰ

৪২)দিছপুৰ- ৪৬নং ৱাৰ্ড- আশীষ ভৰালী

৪৩)দিছপুৰ- ৪৭নং ৱাৰ্ড- প্ৰফুল্ল মহন্ত

৪৪)দিছপুৰ-৪৮নং ৱাৰ্ড-দুলুমণি কাকতি

৪৫) দিছপুৰ- ৪৯নং ৱাৰ্ড- অৰুপ ডেকা

৪৬)দিছপুৰ- ৫১নং ৱাৰ্ড- ডিম্পল ৰাভা

৪৭) দিছপুৰ-৫২নং ৱাৰ্ড- গকুল গোস্বামী

৪৮)দিছপুৰ- ৫৩নং ৱাৰ্ড- লিপিকা পাটোৱাৰী কলিতা

৪৯)দিছপুৰ-৫৫নং ৱাৰ্ড- মনোজ কুমাৰ নাথ

৫০)দিছপুৰ-৫৬- ৰশ্মী শইকীয়া কছাৰী

৫১) দিছপুৰ-৫৭নং ৱাৰ্ড- কবিতা শৰ্মা

৫২)দিছপুৰ- ৫৮নং ৱাৰ্ড- গৌৰী বৰা

৫৩)দিছপুৰ- ৬০নং ৱাৰ্ড-ভূপেন বৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in