বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে ননী অ'পক নিযুক্তি

বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে ননী অ'পক নিযুক্তি
  • নতুন দিল্লীত বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ সভাপতি হিচাপে নিযুক্তি অৰুণাচল প্ৰদেশৰ ননী অ'পক ।

  • নিযুক্তি লাভ কৰি ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা , বি এল সন্তোষক ধন্যবাদ জ্ঞাপন কৰি আৰু অধিক শক্তিশালী ৰূপত কাম কৰাৰ কথা কয় ননী অপয়ে।

  • অৰুণাচলৰ পৰা প্ৰথমগৰাকী নেতা হিচাপে বিজেপি ৰ ৰাষ্ট্ৰীয় অনুসুচিত জনজাতি মৰ্চাৰ উপসভাপতিৰ পদত অধিস্থিত হৈছে ননী অ'প ৷

  • বিজেপিৰ অনুসুচিত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ সমীৰ উৰাও য়ে উপসভাপতি হিচাপে নিযুক্ত কৰে ননী অ'প ক ।

বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে ননী অ'পক নিযুক্তি
প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে সৰৱ আপ, বিচাৰিলে পূৰ্বৰ প্ৰতিশ্ৰুতিৰ খতিয়ান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in