/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/x7e0n4v7/plp.jpg)
-
নিশা বিশ্বনাথ চাৰিআলি বৰগোলাৰ সন্মুখত পিষ্টলসহ তিনি যুৱক আটক ।
-
যুৱক কেইজনৰ বাহনত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু পৰিমাণৰ নকল টকাৰ উকা কাগজ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/4dj3l6gc/d53d2d5f-9571-4aab-bc9e-791d6d7294ee.jpg)
-
এখন বাহনত বিশ্বনাথ ঘাটৰ দিশৰ পৰা আহিছিল তিনি যুৱক ।
-
এজনৰ ঘৰ মেঘালয় আৰু দুজন যুৱক তেজপুৰৰ বুলি জানিব পৰা গৈছে ।
-
যুৱক কেইজন লক্ষ্য জ্যোতি শৰ্মা,হীৰক জ্যোতি বৰা আৰু টিং ছেইন চাৰিইয়াং বুলি জানিব পৰা গৈছে ।