বিশ্বনাথতো ই ভি এম বিসংগতি, য’তেই ভোট দিয়ে পদুম ফুলতে ভোট পৰে…

বিশ্বনাথতো ই ভি এম বিসংগতি, য’তেই ভোট দিয়ে পদুম ফুলতে ভোট পৰে…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • ৰঙাজানৰ দৰে অনুৰূপ ঘটনা বিশ্বনাথতো।
  • য'তেই ভোট দিলেও ভোট পৰে বিজেপিত।
  • চতিয়া বৰালিমৰা ভোটগ্ৰহণ কেন্দ্ৰত এই বিসংগতি।
  • ভোটগ্ৰহণৰ আৰম্ভণিতেই ই ভি এম পৰীক্ষা কৰোতে ধৰা পৰিল এই ভুল।
  • বৰ্তমানলৈকে বন্ধ হৈ আছে ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটগ্ৰহণ পৰ্ব।