New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/7fccca01-6e49-41ae-94b2-e7d3c42b29d0/download.jpg)
বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত শিশু চুৰিৰ চেষ্টা।
নিৰ্মল মাঝি নামৰ লোকজনক হাতে-লোটে আটক।
শুই থকা মাতৃৰ কাষৰ পৰা শিশুটিক চুৰিৰ চেষ্টা।
কোঠাটোত উপস্থিত থকা আন লোকৰ তৎপৰতাত উদ্ধাৰ শিশুটিক।
নিৰ্মল মাঝিৰ লগত আছিল আৰু দুজন লোক।
হাস্পতালত হোৱা হুৱাদুৱাৰ পিছতে লোক দুজনৰ পলায়ন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us