/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/acbd7b93-e012-4851-9079-c7db9fe2a6c3/pic_eimuhurtor_khobor_copy.jpg)
মৰিগাঁৱত দুই বীৰ লাচিত সেনাৰ সদস্যক আটক।
বঘৰা স্থানীয় ৰাইজ আৰু ডাম্পাৰ চালকে কৰায়ত্ত কৰি গতালে আৰক্ষীক।
ধন সংগ্রহ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ বীৰ লাচিত সেনাৰ বিৰুদ্ধে।
দেওবাৰে সন্ধিয়া ভাগত ডাম্পাৰৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগ।
স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ত কৰিবলৈ সক্ষম দুই সদস্যক।
কেইবাজনো সদস্যৰ ঘটনাস্থলীৰ পৰা পলায়ন।
বিশ্ব বৰা, হেমন্ত দাস নামৰ সদস্যদ্বয়ক কৰায়ত্ত কৰি গতালে আৰক্ষীক।