ডাম্পাৰৰ পৰা ধন সংগ্ৰহৰ অভিযোগত ২ বীৰ লাচিত সেনাৰ সদস্য আটক

মৰিগাঁৱত দুই বীৰ লাচিত সেনাৰ সদস্যক আটক।
ডাম্পাৰৰ পৰা ধন সংগ্ৰহৰ অভিযোগত ২ বীৰ লাচিত সেনাৰ সদস্য আটক
  • মৰিগাঁৱত দুই বীৰ লাচিত সেনাৰ সদস্যক আটক।

  • বঘৰা স্থানীয় ৰাইজ আৰু ডাম্পাৰ চালকে কৰায়ত্ত কৰি গতালে আৰক্ষীক।

  • ধন সংগ্রহ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ বীৰ লাচিত সেনাৰ বিৰুদ্ধে।

  • দেওবাৰে সন্ধিয়া ভাগত ডাম্পাৰৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগ।

  • স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ত কৰিবলৈ সক্ষম দুই সদস্যক।

  • কেইবাজনো সদস্যৰ ঘটনাস্থলীৰ পৰা পলায়ন।

  • বিশ্ব বৰা, হেমন্ত দাস নামৰ সদস্যদ্বয়ক কৰায়ত্ত কৰি গতালে আৰক্ষীক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in