/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c32ef1e3-e481-4cf9-8d65-693089bcf58c/AP_FOR_WEB_BIMAN_ROY.jpg)
-
অৱশেষত গ্ৰেপ্তাৰ হ'ল বৰ্খাস্ত হোৱা আৰক্ষী বিষয়া বিমান ৰয়।
-
অচেতন অৱস্থাত উদ্ধাৰ বিমান ৰয়।
-
পানীখাইতি ৰে'ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে বিমান ৰয়ক।
-
আৰক্ষীয়ে ৰয়ক লৈ গৈছে জিএমচিএইচলৈ।
-
নলবাৰী ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল ৰয়।
-
এগৰাকী নাবালিকাক উলংগ কৰি ফটো তোলাৰ কাণ্ডৰে জড়িত আছিল বিষয়া গৰাকী।