New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
বিলাসীপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই পানীত বাগৰি পৰিল তীব্র বেগী টেম্প’।
দেওবাৰে সংঘটিত এই দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা।
নিহত মহিলাগৰাকী কাঠালদি চৰৰ মনোৱাৰা বিবি বুলি চিনাক্ত।
আহত টেম্প’খনৰ আন ৫গৰাকী যাত্রী।
ৰাষ্ট্রীয় ঘাইপথৰ চালবান্ধাত সংঘটিত এই দুৰ্ঘটনা।