চৰাইদেউৰ মথুৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন যুৱক

চৰাইদেউৰ মথুৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। বিচানগৰত সংঘটিত এই দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত। নিহত যুৱক জন নাম জয়ন্ত কুৰ্মী(২৩)। গুৰুতৰভাৱে আহত লোককেইজন চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি। সংকটজনক অৱস্থাত চিকিৎসাধীন লোককেইজন।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
 ভয়ংকৰ পথ দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা

  • চৰাইদেউৰ মথুৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
  • বিচানগৰত সংঘটিত এই দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত
  • নিহত যুৱক জন নাম জয়ন্ত কুৰ্মী(২৩)
  • গুৰুতৰভাৱে আহত লোককেইজন চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি
  • সংকটজনক অৱস্থাত চিকিৎসাধীন লোককেইজন
  • AS 04 AH 1873 নম্বৰৰ  বাহনখনে  নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই তীব্ৰ বেগী বাইকত  
  • বাহনখন চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ বুলি জানিব পৰা গৈছে
দুৰ্ঘটনা চৰাইদেউ বাইক দুৰ্ঘটনা