মঙলদৈত বিজুলী মহোৎসৱ পালন…

মঙলদৈত বিজুলী মহোৎসৱ পালন…

author-image
asomiyapratidin
New Update
মঙলদৈত বিজুলী মহোৎসৱ পালন…

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত বৃহস্পতি বাৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিজুলী মহোৎসৱ পালন কৰে।এই মহোৎসৱৰ শ্লোগান হ'ল উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যৎ power @ ২০৪৭।

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দৰং জিলাৰ বিদ্যুৎ বিভাগে আয়োজন কৰে এই বিজুলী মহোৎসৱ।

মহোৎসৱৰ সভাত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত প্ৰনব কুমাৰ শৰ্মাৰ, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, বিশিষ্ট উদ্যোগপতি অনুপম ডেকা আৰু বিদ্যুৎ বিভাগৰ বিষয়া প্ৰকাশ শৰ্মাৰ লগতে একাংশ কৰ্মচাৰী ।

আৰু পঢ়ক: জেহাদী কাৰ্যকালাপেৰে জড়িতৰ সন্দেহত ৮ জনক আটক মৰিগাঁৱত…

assam mangaldai