New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e8c3a839-c31a-4a7e-9001-69a7b5a37e7e/download.jpg)
-
বিজনীৰ দহলাপাৰাত নৰ কংকাল উদ্ধাৰ।
-
দুলনী নৈৰ পাৰৰ জংঘলত উদ্ধাৰ নৰ কংকালটো।
-
কংকালটো বিজনীৰ আমগুৰিৰ কালোৱা হৰিজনৰ বুলি চিনাক্ত।
-
৩ মাহ ধৰি সন্ধানহীন হৈ আছিল লোকজন।
-
ঘটনাস্থলীত উপস্থিত আৰক্ষী।
-
তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য।