/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
দুৰ্ঘটনা road accident
-
চিৰাঙৰ বিজনী-পাণবাৰী পথত ভয়াৱহ দুৰ্ঘটনা।
-
স্কুটী আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।
-
মঙলবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
-
বিজনী-পাণবাৰী পথৰ ১নং চাৰাগাঁৱত সংঘটিত এই দুৰ্ঘটনা।
-
দুৰ্ঘটনাত থিতাতে নিহত স্কুটী আৰোহী।
-
বৰ্তমানলৈকে জানিব পৰা হোৱা নাই নিহতজনৰ পৰিচয়।
-
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখনৰ চালক।