New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
চিৰাঙৰ বিজনীৰ বাতাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
ই-ৰিক্সা আৰু টেম্প’ৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষ।
বুধবাৰে সংঘটিত এই পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত এটি ৩ বছৰীয়া শিশু।
নিহত শিশুটি ছাইফুল ইছলামৰ কন্যা বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে জব্দ কৰে টেম্পোখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us