বিজনীৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, পুনৰ ভোটগ্ৰহণৰ দাবী

বিজনীৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, পুনৰ ভোটগ্ৰহণৰ দাবী

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিকল হোৱা দেখিবলৈ পোৱা গৈছে ই ভি এম।
  • বিজনীৰ ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।
  • বিজনীৰ বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণত খেলিমেলিৰ অভিযোগ।
  • একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ।
  • কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণৰ দাবী।