New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/739a5187-cf33-4a77-a1ff-16d77d9d152b/download.jpg)
বিহপুৰীয়াত ছাত্ৰ নিৰুদ্দেশ।
বাহঁগড়াস্থিত এঞ্জেল হ’লি ইংলিছ স্কুলৰ ছাত্ৰাবাসৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ ৷
ছাত্ৰজন দুই নম্বৰ দহঘৰীয়াৰ নিৰঞ্জন পেগুৰ পুত্ৰ অসীম পেগু ৷
ছাত্ৰ জন মঙলবাৰে পুৱাৰে পৰা নিৰুদ্দেশ বুলি বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকক জনাইছে।
অন্যহাতে অভিভাৱকে নিশাৰে পৰাই ছাত্ৰজন সন্ধানহীন অভিযোগ উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us