বিহপুৰীয়াৰ ৯ টা ৱাৰ্ডত বিজেপি আৰু ১ টা ৱাৰ্ডত অগপৰ প্ৰাৰ্থীৰ জয়

বিহপুৰীয়াৰ ৯ টা ৱাৰ্ডত বিজেপি আৰু ১ টা ৱাৰ্ডত অগপৰ প্ৰাৰ্থীৰ জয়

author-image
asomiyapratidin
New Update
মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

প্ৰতীকি ফটো

ডিডিটেল সংবাদ,বিহপুৰীয়া: বিজেপিৰ দখলত বিহপুৰীয়া পৌৰ সভা। ন টা ৱাৰ্ডত বিজেপি আৰু এটা ৱাৰ্ডত অগপৰ প্ৰাৰ্থীৰ জয়।

Advertisment

এক – বিজেপি – ৰীতা শৰ্মা ভড়ালী
দুই- বিজেপি – শ্বেখ বাবৰ
তিনি-বিজেপি – দীপশিখা বৰা
চাৰি- বিজেপি – জানমণি হাজৰিকা
পাচঁ- বিজেপি – মিন্টু গগৈ
ছয়- বিজেপি- দীপা চেটাৰ্জী
সাত-বিজেপি – দিপক সৰকাৰ
আঠঁ-বিজেপি-ৰুপালী লোধ
ন- বিজেপি – কুকি শৰ্মা
দহ- অগপ- তনুশ্ৰী গগৈ

assam municipal election