বিহপুৰীয়াত দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডলসহ দালাল

বিহপুৰীয়াত দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডলসহ দালাল

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়াত দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডলসহ দালাল

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ৰাজীৱ শইকীয়া নামৰ লাট মণ্ডলসহ দেউৰী উপাধিৰ এজন দালালক আটক। সোমবাৰে আটক কৰে আটইকেইজনক।

মধ্যভোগী দিব্যজ্যোতি দেউৰীৰ দ্বাৰা ধন লোৱাৰ অভিযোগ লাট মণ্ডল ৰাজীৱ শইকীয়াৰ বিৰুদ্ধে। এতিয়াও অভিযান চলি আছে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। আটকাধীন দিব্যজ্যোতি দেউৰী কাৰ্লয়টোৰ ৰাজহুৱা সুবিধা কেন্দ্ৰৰ কম্পিউটাৰ অপাৰেটৰ ৷

Also Read: আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ...