New Update
/asomiyapratidin/media/media_files/2024/11/23/K4JSXZ9RQaGFthNSBwCg.png)
- বিহালীত ষষ্ঠ ৰাউণ্ডৰ ভোটগণনাৰ অন্ত পৰিছে।
- ২৪হাজাৰ ৮১০টা ভোট লাভেৰে আগত আছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল।
- ষষ্ঠ ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছে ২০,০২২টা ভোট।
- চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে লাভ কৰা ভোটৰ সংখ্যা ২,৪১৯টা।
- আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে লাভ কৰিছে ৬১০টা ভোট। ন'টাত পৰিছে ৭৭৫টা টা ভোট।
- এই সমষ্টিটোত মুঠ ১৩টা ৰাউণ্ডত ভোটগণনা সম্পন্ন হব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us