বিশ্বনাথত ১৭ জন বাংলাদেশী নাগৰিকক আটক...

বিশ্বনাথত ১৭ জন বাংলাদেশী নাগৰিকক আটক কৰে আৰক্ষীয়ে। বিহালীৰ জিনজিয়া আৰক্ষীয়ে আটক কৰে লোককেইজনক

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত ১৭ জন বাংলাদেশী নাগৰিকক আটক...

ডিজিটেল ডেস্ক : বিশ্বনাথত ১৭ জন বাংলাদেশী নাগৰিকক আটক কৰে আৰক্ষীয়ে।বিহালীৰ জিনজিয়া আৰক্ষীয়ে আটক কৰে লোককেইজনক। বাঘমাৰীৰ ব্রহ্মপুত্রৰ চৰৰ পৰা আটক কৰা হয় লোককেইজনক।

Advertisment

দিল্লী, আজমেৰ শ্বৰীফ আদি ধৰ্মীয় স্থানলৈও গৈছিল বুলি জানিব পৰা গৈছে দলটো।বিভিন্ন ঠাইত ধৰ্মীয় সভা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে দলটোৰ বিৰুদ্ধে।কোচবিহাৰ হৈ ভাৰতত প্রৱেশ কৰিছিল দলটোৱে।

উল্লেখ্য যে টুৰিষ্ট ভিছাত দলটো ভাৰতলৈ আহিছিল। আৰক্ষীয়ে জেৰা চলাইছে দলটোৰ আটাইকেইজনকে। ১৩ ছেপ্টেম্বৰৰ পৰা বিশ্বনাথত বাহৰ পাতি আছিল দলটোৱে।

assam bihali