বৰগাঙত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

বিহালীৰ বৰগাঙত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত বিহালী আৰু বাঘমৰা ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
বৰগাঙত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,বিহালী : সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। এনে সময়তে বৃহস্পতিবাৰে প্ৰচণ্ড ৰ'দকো নেওচি বিহালীৰ বৰগাঙত বিহালী ব্লক কংগ্ৰেছ আৰু বাঘমৰা ব্লক কংগ্ৰেছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

হাতে হাতে প্লে'কাৰ্ড লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক, অসম চৰকাৰ হায় হায়, বি জে পি চৰকাৰ গ' বেক আদি বিভিন্ন শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী পৰ্য্যায়ত উৰ্দ্ধতম কৰ্তৃপক্ষৰ জৰিয়তে APDCLৰ উৰ্ধতম বিষয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

Also Read: ''২০২৬ ত গঢ়িম অহংকাৰ মুক্ত, প্ৰগতিশীল অসম''- গৌৰৱ গগৈ

smart meters congress bihali