New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন।
পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ'ব বাজেট অধিৱেশন।
১২ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব ২০২৪ বৰ্ষৰ ৰাজ্যিক বাজেট ।
২৮ ফেব্ৰুৱাৰীত অন্ত পৰিব বিধানসভাৰ বাজেট অধিৱেশন ।
ৰাজ্যপালৰ ভাষণেৰে আৰম্ভণি হ'ব প্ৰথম দিনৰ কাম-কাজ ।
Also Read: গুৱাহাটীলৈ অনা হ’ল ধৃত প্রৱঞ্চক মানস চলিহাক