New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- নিজৰ সমষ্টিত নিজৰ হৈ ভোট দিবলৈ নাপালে ভূৱনেশ্বৰ কলিতাই।
- মঙ্গলদৈ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী অৱশেষত বঞ্চিত হ'বলগা হ'ল ভোটদানৰ পৰা।
- একেসময়তে গুৱাহাটী আৰু নলবাৰী দুটাকৈ স্থানৰ ভোটাৰ লিষ্টত তেওৰ নাম সন্নিৱিষ্ট হৈ আছে।
- যাৰ পৰিপ্ৰেক্ষিতত তেওঁ ভোটদানৰ পৰা বিৰত থাকিব লগা হয়।
- উল্লেখ্য যে, পূৰ্বে তেওঁ পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছিল।
- কিন্তু শেহত বিয়লি ৪ বজাৰ পিছতে ভোটকেন্দ্ৰত উপস্থিত হৈছিলগৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us