/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f5754644-4083-484f-9cfa-cd250230e93d/fdd.jpg)
-
বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত অবাঞ্চিত ঘটনা।
-
ছাত্র জিৰণী কোঠাত গাঞ্জা খাই ধৰা পৰিল ১০গৰাকী ছাত্র।
-
শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।
-
বিশ্ববিদ্যালয় ছাত্র একতা সভাই ধৰা পেলাই ছাত্রকেইজনক।
-
ছাত্রকেইজনক বাধ্যতামূলক বদলিৰ পত্র দিয়াৰ নিৰ্দেশৰ সিদ্ধান্ত গ্রহণ।
-
উপাচাৰ্য, শিক্ষক গোট, ছাত্র একতা সভাৰ মাজত অনুষ্ঠিত সভাত এই সিদ্ধান্ত।