মহাভৈৰৱ মন্দিৰত আশীষ লৈ তেজপুৰৰ কেতেকীবাৰী ভোট কেন্দ্ৰত ভোটদান সাব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী ভানুৰ

মহাভৈৰৱ মন্দিৰত আশীষ লৈ তেজপুৰৰ কেতেকীবাৰী ভোট কেন্দ্ৰত ভোটদান সাব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী ভানুৰ

author-image
asomiyapratidin
New Update
মহাভৈৰৱ মন্দিৰত আশীষ লৈ তেজপুৰৰ কেতেকীবাৰী ভোট কেন্দ্ৰত ভোটদান সাব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী ভানুৰ

ডিজিটেল সংবাদ,  তেজপুৰঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত ভগৱান শিৱৰ আশীষ লৈ তেজপুৰ চহৰৰ নিকটৱৰ্তী কেৰেকীবাৰীস্থিত ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে কংগ্ৰেছ প্ৰাৰ্থী ভানুয়ে ।

উল্লেখ্য যে তেজপুৰ লোকসভা সভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিকে ধৰি বিভিন্সান ৰাজনৈতিক আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

৯ টাকৈ বিধান সভা সমষ্টি থকা তেজপুৰ লোকসভা সমষ্টিৰ ১৪ লাখ ৮২ হাজাৰ ৮৭৬ গৰাকি ভোটাৰে নিৰ্ধাৰণ কৰিব ৭ জন প্ৰাৰ্থীৰ ভাগ্য । তেজপুৰ চহৰ অঞ্চলত আজি নিচেই পুৱাতে ভোটদান কৰিবলৈ ওলাই আহে যথেষ্ট সংখ্যক ভোটাৰ ৰাইজ ।