New Update
/asomiyapratidin/media/media_files/2025/01/12/hRoewNr2fhqs3YXH9J9z.jpg)
বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যক্তি ভবেন গোস্বামীৰ মৃত্যু Photograph: (বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যক্তি ভবেন গোস্বামীৰ মৃত্যু)
- বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যক্তি ভবেন গোস্বামীৰ মৃত্যু।
- ৮৬ বছৰ বয়সত বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় গোস্বামীৰ।
- নাটক, ভাওনাকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল তেওঁ।
- তেওঁ বিজেপিৰ মণ্ডল সভাপতিও আছিল।
- গোস্বামীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us