New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-2.jpg)
- বেলতলা ব'হাগী উৎসৱ বাতিল।
- কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ বাবে এই ঘোষণা আয়োজক সমিতিৰ।
- ২৩, ২৪ আৰু ২৫ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যুসূচীৰে হ'বলগীয়া আছিল এই অনুষ্ঠান।
- অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল জুবিন, পাপন আৰু শংকুৰাজে।
- নিশা ১১ বজাৰ ভিতৰত অনুষ্ঠান সামৰা অসম্ভৱ বুলি উল্লেখ কৰে আয়োজক সমিতিয়ে।