বি.চি.চি.আইৰ নৱ নিৰ্বাচিত যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া...

বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে দেৱজিৎ শইকীয়া

author-image
Asomiya Pratidin
New Update
বি.চি.চি.আইৰ নৱ নিৰ্বাচিত যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া...

bcci

ডিজিটেল ডেস্ক : বি চি চি আইৰ নতুন সমিতি গঠন। বি চি চি আইৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছে এ চি চি এৰ সম্পাদক দেৱজিৎ শইকীয়া। মুম্বাইৰ হোটেল তাজত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত দেৱজিৎ শইকীয়াক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।

উল্লেখ্য যে যুটীয়া সম্পাদকৰ পদত বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে দেৱজিৎ শইকীয়া। আনহাতে, সভাপতি হিচাপে ৰজাৰ বিন্নী, সম্পাদক হিচাপে জয় শ্বাহ নিৰ্বাচিত হৈছে।

bcci assam sports