ঊষা কীৰ্তন, হৰি নামৰ অমল ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান…

ঊষা কীৰ্তন, হৰি নামৰ অমল ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান…

author-image
asomiyapratidin
New Update
ঊষা কীৰ্তন, হৰি নামৰ অমল ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানটো পুৱাৰে পৰা বিৰাজ কৰিছে আধ্যাত্মিক পৰিবেশ।

পুৱা ঊষা কীৰ্তন, হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ। বটদ্ৰৱা থানত গুৰুজনাৰ তিৰোভাৱ তিথি উৎসৱটি "গুৰু কীৰ্তন" নামেৰে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। সোমবাৰে পুৱাৰে পৰা ভকত বৈষ্ণৱ, আইমাতৃ সকলে সমগ্ৰ সত্ৰ পদক্ষিণ কৰি উষা কীৰ্তন কৰা পৰিবেশে সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰে।

nagaon assam