New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- বটদ্ৰৱা থানা কাণ্ডত জড়িত পুনৰ আন এগৰাকী মহিলা আটক।
- নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জোচনাৰা বেগম নামৰ মহিলা গৰাকীক ।
- মৃত ছফিকুল ইছলামৰ ককায়েকে মজিবুৰ ৰহমানৰ পত্নী জোচনাৰা বেগম ঘৰ বটদ্ৰৱাৰ চালনাবড়ীত ।
- ভিডিঅ' ফুটেজৰ আধাৰত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মহিলা গৰাকীক।
- মহিলা গৰাকীয়ে আৰক্ষী জোৱানক প্ৰহাৰ আৰু থানাত জ্বলোৱাত জড়িত আছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us