/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5deb1f96-188e-4b9f-852b-7c17b3313cd5/tyy.jpg)
-
বশিষ্ঠ চাৰিআলিত দুৰ্ঘটনা ।
-
উৰণীয়া সেতু নিৰ্মান কাৰ্যত ব্যৱহৃত ক্ৰেণ গাড়ী দুৰ্ঘটনাগ্ৰস্ত ।
-
শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা।
-
উৰণীয়া সেতুৰ কামত নিয়োজিত হৈ আছিল ক্ৰেণ গাড়ী খন ।
-
দুৰ্ঘটনাত কথমপী প্ৰাণ ৰক্ষা বহু লোকৰ ।
-
দুর্ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে এগৰাকী যুৱতী
-
ইতিমধ্যে যুৱতী গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ আৰক্ষীৰ।