/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ganesh-limbu.jpg)
ডিজিটেল সংবাদ ,ওৰাংঃ ৭২ নং বৰছলা সমষ্টিৰ বিধায়ক গনেশ লিম্বুৱে ঢেকিয়াজুলি সমষ্টিৰ ২নং শান্তিপুৰ এল পি স্কুল ভোটকেন্দ্ৰত নিজৰ ভোটদান সাব্যস্ত কৰে। ভোটদান কৰি তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে অভূতপূৰ্ব সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে৷
বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কামৰ বাবেই ৰাইজে বিজেপিক ভোট দিব। মোডীক প্ৰধানমন্ত্ৰী পতাৰ বাবেই ৰাইজে পল্লৱ লোচন দাসক ভোট দিব বুলিও তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us