New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ace4d814-8f7a-417b-9d59-5b9ae2e9998b/3.jpg)
ডিজিটেল সংবাদ,শালবাৰীঃ মানাহ ৰাষ্ট্রীয় উদ্যানত পুনৰ গঁড়ৰ চোচা। তথ্য অনুসৰি বাঁহবাৰী ৰেঞ্জত কৰ্তব্যৰত বনকৰ্মীৰ বাহনলৈ তীব্র চোচা লয় এটা গঁড়ে। পৰৱৰ্তি সময়ত ৰাষ্ট্রীয় উদ্যানখনৰ চালকৰ তৎপৰতাত কথমপি ৰক্ষা পৰে বনকৰ্মীসকল। পূৰ্বতেও ৰাষ্ট্রীয় উদ্যানখনত এনে ঘটনা সংঘটিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us