/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
সাৱধান, ভূটানে এৰিছে পানীঃ নামনিৰ নদীত বৃদ্ধি হৈছে জলস্তৰ...
-
বিপদসীমাৰ ওপৰেৰে বৈছে নামনি অসমৰ দুখনকৈ নদী।
-
নামনিৰ নদীসমূহত এৰি দিয়া হৈছে ভূটানৰ কুৰিশ্বু বান্ধৰ পানী।
-
বিপদসীমাৰ ওপৰেৰে বৈছে কালদিয়া আৰু পহুমৰা নদীৰ জলস্তৰ।
-
জনসাধাৰণক সাৱধান হোৱাৰ আহ্বান প্ৰশাসনৰ।
-
ইফালে মধ্য অসমৰ কামপুৰত অব্যাহত আছে বানৰ তাণ্ডৱ।
-
কপিলীৰ বাঢ়নী পানীত প্লাবিত হৈছে ন ন অঞ্চল।
-
নীপকুৱে খানদং বান্ধৰ পানী এৰি দিয়াৰ বাবেই এই অঞ্চলটোত সৃষ্টি হৈছে বানপানী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/59b97f8d-05ad-4dbe-9ca7-aa13d5a54384/94763c09_3674_472a_8ab6_1c1bf68c7484.jpg)
Also Read: কামপুৰত কপিলী নদীৰ তাণ্ডৱ, বানত প্লাৱিত ন ন ঠাই...