/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
সৰভোগত সংঘটিত হৈছে বিদ্যুৎ বিভাগৰ বৈদ্যুতিক তাঁৰ চুৰিৰ ঘটনা।
সাহাপুৰ চাৰিআলি চ'কৰ পৰা বৈদ্যুতিক তাঁৰ চুৰি কৰি লৈ যোৱা সময়ত ৰাইজে হাতে-লোটে আটক কৰে ধৃত চোৰকেইটাক।
ধৃত চাৰি চোৰ ক্ৰমে- উদ্ধৱ ছাউদ , কৌশিক দাস , দিনপাল মজুমদাৰ আৰু হৰিদয় ৰয়।
ইয়াৰে এজন সৰভোগৰ বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰী বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে প্ৰায় দুমাহ পূৰ্বে এই চাৰিগৰাকী ব্যক্তিয়ে বৈদ্যুতিক তাঁৰ চুৰি কৰিছিল।
Also Read: আই চি চি অনুৰ্দ্ধ-১৯ মহিলা বিশ্বকাপৰ সময় সূচী ঘোষণা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us