বৰপেটা ৰোডত ড্ৰাগছ সৰবৰাহকাৰী আটক

এছ এছ বি আৰু আৰক্ষীৰ যৌথ অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক
বৰপেটা ৰোডত ড্ৰাগছ সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ,সৰভোগ : বৰপেটা ৰোডত এছ এছ বি আৰু আৰক্ষীৰ যৌথ অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। উক্ত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা প্ৰায় ৩২গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয়।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজন হাউলী দাবাইলাপাৰাৰ জাবেদ আলীৰ পুত্ৰ সবেদ আলী(৩৭) বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। ধৃত সৰবৰাহকাৰীজনক বৰপেটা ৰোড ৰে'লগেটৰ কাষেৰ পৰা যৌথ অভিযানৰ সময়ত হাতেলোটে আটক কৰিবলৈ সক্ষম হয়।

বৰপেটা ৰোডত ড্ৰাগছ সৰবৰাহকাৰী আটক
গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত চাৰিদুৱাৰত ফুটবল প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in