Advertisment

বৰপেটা ৰোডত ২০টাকৈ চোৰাং গৰু জব্দ

বৰপেটা ৰোডত ২০টাকৈ চোৰাং গৰু জব্দ

author-image
Asomiya Pratidin
New Update
বৰপেটা ৰোডত ২০টাকৈ চোৰাং গৰু জব্দ

ডিজিটেল ডেস্কঃ বৰপেটাৰোডৰ দেশবন্ধুপাৰাত স্থানীয় ৰাইজে জব্দ কৰিলে ২০টাকৈ চোৰাং গৰু। বৰপেটা ৰোডৰ ১নং ৱাৰ্ডৰ দেশবন্ধুপাৰাৰ পৰা ৰাইজে জব্দ সৰবৰাহ কৰিবলৈ অনা গৰুকেইটা।

Advertisment

AS-28-AC-1494 নম্বৰৰ ট্রাক এখনত সৰবৰাহ কৰা হৈছিল চোৰাং গৰুকেইটা। গৰুকেইটাৰ লগতে সৰবৰাহত ব্যৱহাৰ হোৱা ট্ৰাকখনো জব্দ কৰে স্থানীয় ৰাইজে।

জানিব পৰামতে, গৰুকেইটা বিহাৰৰ পৰা সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰিছে ট্রাক চালকজনে। ৰাইজে ট্ৰাক চালকসহ গৰুকেইটা আৰক্ষীক চমজাই দিয়ে।

Also Read: উত্তৰ পূৰ্বাঞ্চলত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ : ৰন্ধন গেছ কঢ়িওৱা পৰিবহণ সংস্থাৰ ধৰ্মঘট

cow smugglers