New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/local-train-in-delhi.jpg)
প্ৰতীকি ফটো
বৰপেটাৰোড ৰে’ল ষ্টেচনত শোকাৱহ ঘটনা।
কন্যাক দিল্লী অভিমুখী ৰে’লত উঠাই দিবলৈ আহি মাতৃৰ মৃত্যু।
বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
ৰে’লৰ চেপাত মৃত্যু চুৰাতন নেছা নামৰ মহিলাগৰাকীৰ।
মৃত মহিলাগৰাকীৰ ঘৰ গোৱৰ্ধনাত।
ৰে’লখন চলিবলৈ ধৰাত দৌৰা-দৌৰিকৈ নামি দিয়ে মহিলাগৰাকী।
তেতিয়াই সংঘটিত হয় এই ঘটনা।