ডাম্পাৰে মহটিয়াই নিলে যুৱকক

ডাম্পাৰে মহটিয়াই নিলে যুৱকক

ডিজিটেল সংবাদ, সৰভোগঃ গাড়ী নহয় যেন যমদূতহে। মঙলবাৰে নিশা বৰপেটাৰোডৰ শিমলাগুৰী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী ডাম্পাৰে মহটিয়াই নিয়ে বাইকসহ যুৱকক।

সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যুৱকজনক। দুৰ্ঘটনা গুৰুতৰ ভাৱে আহত যুৱক জনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ হৈছে AS-26 C-5185, দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ খনৰ চালকজন পলায়ন কৰে। দুৰ্ঘটনাত পতিত হোৱা বাইক খনৰ নম্বৰ হল AS15 U 7155। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ডাম্পাৰে মহটিয়াই নিলে যুৱকক
মায়ঙৰ বিভিন্ন ধাবা, ৰেষ্টুৰেন্টত নিশা প্ৰশাসনৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in