/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/425f4aa5-eac8-4479-9393-832be5547794/bmc_14.jpg)
অধ্যয়ন নহয়, বৰপেটা মেডিকেল কলেজত দালালি কৰিছে একাংশ ছাত্ৰইঃ এজনক গ্ৰেপ্তাৰ...
- বৰপেটা মেডিকেল কলেজত ছাত্রৰ দালালি। 
- মেডিকেল কলেজখনৰ ফিজিঅ’থেৰাপীৰ ছাত্র জড়িত হৈছে দালালি কাৰ্যত। 
- ছাত্রজনৰ বিৰুদ্ধে ৰোগীক পৰীক্ষাৰ নামত দালালিৰ অভিযোগ । 
- আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দালালিত জড়িত ছাত্ৰজনক। 
- গ্ৰেপ্তাৰ হোৱা ছাত্ৰজনৰ নাম মিনহাজুদ্দিন। 
- এগৰাকী ৰোগীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দালালিত জড়িত থকা ছাত্ৰজনক। 
Also Read: কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি: ১০০ MBBS আসনৰ অনুমোদন...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us