New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-result-and-agragati.jpg)
- বৰপেটা সমষ্টিত আগবাঢ়ি আছে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস।
- অগপ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৮৫৬১৫ টা ভোট।
- আনহাতে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে লাভ কৰিছে ৫৩২৩১ টা ভোট।
- সমষ্টিটোৰ নোটা ভোটৰ সংখ্যা হৈছে ১৭১৪টা।
- আনহাতে এআইইউডিএফ প্ৰাৰ্থী ৰফিকুল ইছলামে লাভ কৰিছে ২৩৮৬৯টা ভোট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us