New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- বৰপেটাত বান সাহায্য চুৰিৰ অভিযোগত নিলম্বন দুই লাট মণ্ডল।
- সৰ্থেবাৰী ৰাজহ চক্রৰ দুই লাটমণ্ডলক নিলম্বন।
- নিলম্বন কান্তেশ্বৰ ডেকা আৰু অজিত ডেকা।
- সোমবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল লাটমণ্ডল দুজনক