/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
তিতাবৰত দুটাকৈ দুৰ্ঘটনাঃ এজন নিহত, ৫ জন আহত...
ডিজিটেল ডেস্কঃ অবৈধ বাৰ্মিজ চুপাৰী সহ অন্যান্য চোৰাং সামগ্ৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে আৰক্ষী। পুনৰ কাছাৰৰ মতিনগৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰে আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে দুখন বাৰ্মিজ চুপাৰিভৰ্তি বাহন ।
বাহন দুখনৰ পৰা উদ্ধাৰ কৰে ৭৮ বস্তা বাৰ্মিজ চুপাৰি । বাহনখনত উপস্থিত থকা ২ জন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।গ্রেপ্তাৰ কৰা সৰবৰাহকাৰী কেইজন ক্ৰমে হাফিজুল ইছলাম বৰভূঞা আৰু হাবিবুল নবী বৰভূঞা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us