বৰ্ষাশ্রী জামিন সন্দৰ্ভত তিনিটা চৰ্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

বৰ্ষাশ্রী জামিন সন্দৰ্ভত তিনিটা চৰ্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

author-image
asomiyapratidin
New Update
মুকলি আকাশৰ তললৈ বৰ্ষাশ্ৰী, জামিন মঞ্জুৰ আদালতৰ…

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে জামিন লাভ কৰে কবিতা লিখাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে। ইয়াৰ পাছতেই শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহে বৰ্ষাশ্ৰী। বিগত প্ৰায় ২ মাহ ধৰি কাৰাগাৰতে আছিল বৰ্ষাশ্ৰীয়ে।

Advertisment

বৰ্ষাশ্ৰীক জামিন প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বৰ্ষাশ্রী জামিন সন্দৰ্ভত তিনিটা চৰ্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

এই তিনিটা চৰ্তৰ ভিতৰত আছে- তদন্তকাৰী বিষয়াই বিচাৰিলে সহযোগ কৰিব লাগিব বৰ্ষাশ্রীয়ে, গোচৰৰ লগত জড়িত কোনো লোকক ভীতি প্রদৰ্শন কৰিব নোৱাৰিব, একে ঘটনাৰ পুনৰাবৃত্তি ঘটাব নোৱাৰিব। বৰ্ষাশ্রীৰ অধিবক্তা অতুল দিহিঙীয়াই জনালে এই কথা।

আৰু পঢ়ক: গুৱাহাটীত ক্লাইম্বিং প্রতিযোগিতাৰ শুভাৰম্ভণি…

assam gauhati high court bail