New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/60c8d816-76a0-4a6a-b037-2ac69e65ba22/fkyjkutyghkhj.jpg)
bandordewa
বান্দৰদেৱাৰ সমীপৰ মধুপুৰত অগ্নিকাণ্ডৰ ঘটনা।
মুনিন্দ্ৰ শইকীয়া নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি সাধন হয়।
অদ্যপি জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।
স্থানীয় ৰাইজৰ লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে জুই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us