New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
বাক্সাত দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে ই-ৰিক্সা road accident
বাক্সাৰ শালবাৰীৰ জামতলত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্রবেগী ডাম্পাৰে মহটিয়াই নিলে ই-ৰিক্সা।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ই-ৰিক্সাৰ ৫জন যাত্রী।
স্থানীয় লোকৰ তৎপৰতাত আহতসকলক চিকিৎসালয়লৈ প্রেৰণ।
দুৰ্ঘটনা সংঘটিত কৰি বাহন এৰি পলায়ন ডাম্পাৰ চালকৰ।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us