কাম কৰি থাকোতে অক্সিজেনৰ অভাৱত কুৱাৰ ভিতৰত মৃত্যু দুজনৰ

কাম কৰি থাকোতে অক্সিজেনৰ অভাৱত কুৱাৰ ভিতৰত মৃত্যু দুজনৰ

ডিজিটেল ডেস্কঃ দেওবাৰে বাক্সাৰ বাঙালীপাৰাত সংঘটিত হয় এক শোকাৱহ ঘটনা। কুঁৱাত পৰি দুজন লোকৰ মৃত্যু। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃ্ষ্টি কৰে।

মৃত্যু হোৱা লোকদুজন ৰমজান আলী আৰু চিৰাজ আলী বুলি জানিব পৰা গৈছে। কুঁৱা খন্দাৰ কাম কৰি থাকোতে সংঘটিত এই ঘটনা। গোবিন্দ চিতলা নামৰ লোকজনৰ ঘৰত এই ঘটনা।

অক্সিজেনৰ অভাৱত লোকদুজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আনহাতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহ।

কাম কৰি থাকোতে অক্সিজেনৰ অভাৱত কুৱাৰ ভিতৰত মৃত্যু দুজনৰ
ওদালগুৰি জেলৰ পৰা পলাতক কয়েদী কৃষ্ণাইত আটক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in