New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
বজালীৰ পাটাছাৰকুছিৰ ৩১নং ৰাষ্ট্রীয় পথত দুৰ্ঘটনা।
অচিনাক্ত চাৰিচকীয়া বাহনে মহটিয়াই নিলে পথচাৰীক।
বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।
থিতাতে নিহত লোকজন ভূপেন শৰ্মা বুলি চিনাক্ত।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখন।
ঘটনাস্থলীত পাটাছাৰকুছি আৰক্ষীৰ লোক উপস্থিত।