বজালীৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ যুৱক...

বজালীৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা।
বজালীৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ যুৱক...
road accident
  • বজালীৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক।

  • বাইক আৰু টাটা ম’বাইল বাহনৰ মাজত সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা।

  • নিহত যুৱকদ্বয় বজালী ভোগপুৰ গাঁৱৰ বুলি চিনাক্ত কৰা হৈছে।

  • নিহতদ্বয় অৰিয়ন কাশ্যপ, দীপাংকৰ বৰুৱা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in