/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident
-
বজালীৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা।
-
দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক।
-
বাইক আৰু টাটা ম’বাইল বাহনৰ মাজত সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা।
-
নিহত যুৱকদ্বয় বজালী ভোগপুৰ গাঁৱৰ বুলি চিনাক্ত কৰা হৈছে।
-
নিহতদ্বয় অৰিয়ন কাশ্যপ, দীপাংকৰ বৰুৱা।