/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident
-
পাঠশালাত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
ট্ৰাকে মহটিয়াই নিলে স্কুটী আৰোহীক।
-
মঙলবাৰে সন্ধিয়াভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
-
দুৰ্ঘটনাত থিতাতে নিহত স্কুটী আৰোহীজন।
-
নিহত ব্যক্তিজন সৰুপেটাৰ সোনেশ্বৰ বড়ো বুলি চিনাক্ত।
-
ঘটনা সংঘটিত কৰিয়েই ট্রাকখনৰ পলায়ন।
-
ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।