New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
-
পাঠশালাৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
-
এখন বাছে মহটিয়াই নিলে এখন চাৰিচকীয়া ভানক।
-
বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হয় এই ঘটনা।
-
ভানখনত থকা ৩জন যাত্রী গুৰুতৰভাৱে আহত।
-
ঘটনাস্থলীত উপস্থিত হৈ পাঠশালা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।